Spread the love

[ad_1]

আনহাতে কপিল শৰ্মা, হুমা কুৰেশী আৰু হীনা খানত কেতিয়া ইডিয়ে হাজিৰ হ’বলৈ নিৰ্দেশ দিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

মহাদেৱ বেটিং এপৰ দুজন প্ৰচাৰক আছে। সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপ্পল মহাদেৱ। দুয়োজন জুৱাত আসক্ত আছিল। যাৰ বাবে দুয়ো বন্ধু হৈ পৰিছিল। তাৰ পিছত হঠাতে দুয়ো ডুবাইলৈ পলাই গ’ল। তাতএজন শ্বেখ আৰু পাকিস্তানী অংশীদাৰৰ সৈতে মহাদেৱে অনলাইন বেটিং এপটো মুকলি কৰিছিল। এই এপত আণ্ডাৰ ৱাৰ্ল্ডৰ টকা থকাৰো সন্দেহ আছে।

মহাদেৱ এপৰ নিৰ্মাতাসকলে এয়া এক গেমিং এপ বুলি কয় যদিও ইডিয়ে ইয়াৰ জৰিয়তে জুৱা খেলাৰ সন্দেহ কৰিছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *