Spread the love

আজি পবিত্ৰ ঈদ উল ফিটৰ

#এমাহজোৰা ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ উল ফিটৰ#

#আন প্ৰান্তৰ সমান্তৰালকৈ বৰমাৰ দিপ্তা সুৰাদী মাহখৰীয়া আঞ্চলিক ঈদগাহ ময়দানতো ঈদৰ সমূহীয়া নামাজ#

#একেলগে নামাজ আদায় কৰিলে ৭-৮ সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে#

#সামূহীয়া নামাজত ঈমামতি কৰে হজৰত হাফিজ মৌলানা ড° নজৰুল ইছলাম চাহবে#

#ত্যাগ , ভাতৃত্ববোধৰ প্ৰতীক এই ঈদ উল ফিটৰক লৈ পাৰভঙা উছাহ প্ৰতিগৰাকী ইছলামধৰ্মী লোকৰ মাজত


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *