Spread the love

[ad_1]

  • আত্ম সমৰ্পন কৰা নাই এন এল এফ বিয়ে!
  • সমস্যা সমাধান নোহোৱা পৰ্যন্ত আত্ম সমৰ্পন নকৰে এন এল এফ বিয়ে।
  • ওদালগুৰিত এই কথা স্পষ্ট কৰিলে সংগঠনটোৰ নেতৃত্বই।
  • ‘বহিষ্কৃত নেতাই আত্ম সমৰ্পন কৰা মানে এন এল এফ বিয়ে আত্ম সমৰ্পন কৰা নুবুজাই।’
  • ‘৭ মাহ পূৰ্বেই সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিল উপ-সভাপতি বি বকোক।’
  • ‘বকোৱে দুজনমান কেডাৰকলৈ কৰিছে আত্মসমৰ্পন।’
  • ‘এন এল এফ বিয়ে আত্ম সমৰ্পন নকৰে।’
  • ‘চৰকাৰৰ লগত আলোচনাৰ বাবে আমি সাজু।’
  • ওদালগুৰিত এই মন্তব্য এন এল এফ বিৰ সাধাৰণ সম্পাদক এন ফাঞ্জাৰীৰ।
  • ৰঞ্জন দৈমাৰী, এম বাথাৰ লগতে NDFB আৰু NLFBৰ সকলো নেতা-কেডাৰক মুকলি কৰি দিয়াৰো দাবী।
  • যিকোনো সময়তে আলোচনাৰ বাবে প্ৰস্তুত বুলিও জনালে সংগঠনটোৱে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *