Spread the love

# আপুনি নতুন চাৰিচকীয়া গাড়ী ল’ম বুলি ভাবি আছে নেকি ? আপোনাৰ পুৰণা গাড়ী খন সলনি কৰিম বুলি ভাবিছে নেকি !

 

# তেনেহ’লে পলম কিহৰ আহ ওদালগুৰিৰ ডিমাকুছিলৈ

 

# বিমল অটো এজেঞ্চি ডিমাকুছি শাখাত বজাৰলৈ নতুন কৈ অহা SUZUKI BEST মডেলৰ SWIFT গ্ৰাহকৰ বাবে মুকলি ৷

 

# SWIFT BEST মডেলৰ LXI গাড়ী খনত আছে 6টাকৈ এয়াৰ বেগ , গাড়ীখনৰ মাইলেজ 25 PLUS

 

# BEST মডেলৰ SWIF গাড়ী খন মুকলি কৰে ডিমাকুছি আৰক্ষী থানাৰ OC মহানন্দ্ৰ ভূঞা আৰু ডিমাকুছি SBI বেংকৰ ব্ৰাচৰ মেনেজাৰ আনান্দ ৰাজ চাহানীয়ে ৷

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *