Spread the love

[ad_1]

তাৰ পাছতে জি পি সিঙে মৃতদেহ কেইটা ঘূৰাই দিবলৈও আহ্বান জনাইছিল। আজি পুনৰ জি পি সিঙে মৃতদেহ ঘূৰাই দিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আলফা(স্বা)য়ে দুই কেডাৰক মৃত্যুদণ্ড দিয়াৰ কথা স্বীকাৰ কৰিছিল। বিজ্ঞপ্তিত উল্লেখ কৰিছিল যে, সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ নিম্ন পৰিষদৰ প্রাক্তন উপ সভাপতি ব্ৰিগেদিয়াৰ এ. জেদ, শিৰোনাম অসম ওৰফে লাচিত হাজৰিকা আৰু প্ৰাক্তন পি. টি. ই. বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়াই সংগঠনৰ সংবিধান আৰু নীতি-আদর্শক চূড়ান্তভাৱে অৱমাননা কৰিছিল। তেওঁলোকে আলফা-স্বা বিৰোধী কাৰ্যকালপ কৰাৰ বাবে মৃত্যুদণ্ড দিয়া হৈছিল বুলি উল্লেখ আছে প্ৰেছ বিজ্ঞপ্তিত।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *