Spread the love

[ad_1]

আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি চোৰ দুটাৰ নাম হৈছে জাহাৰুল ইছলাম আৰু মহিবুল ইছলাম ৷ দুয়োজনৰে ঘৰ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰাত। ধেমাজিৰ পৰা গৈ দলগাঁৱত গ্ৰেপ্তাৰ কৰা চোৰ দুটাৰ পৰা আৰক্ষীয়ে বহু আ-অলংকাৰ, বিদেশী টকাৰ লগতে ২১ হাজাৰ নগদ ভাৰতীয় টকা, এটা বাইন’কুলাৰ, ৯ টাকৈ মোবাইল ফোন, ১৭০টা ৰূপৰ মুদ্ৰা জব্দ কৰে। আৰক্ষীয়ে সন্দেহ কৰা মতে ধেমাজিত সংঘটিত হোৱা বহুকেইটা চুৰি কাণ্ডৰ লগত এই চোৰ দুটা জড়িত আছে ৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *