Spread the love

ই-ৰিক্সা চালকৰ সন্তান চুহেল তানবিৰে লাভ কৰিলে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ ৫৩৫ নম্বৰ।

 

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰপেটাৰ ভেৰালদিলৈ গৌৰৱ কঢ়িয়াই আনিলে চুহেল তানবিৰে।

 

দৰিদ্ৰ পৰিয়ালৰ সন্তান চুহেলৰ সাফল্যত উৎফুল্লিত সকলো।

 

চুহেলে বৰবিলাৰ শংকৰদেৱ শিশু নিকেতনত অধ্যয়ন কৰিছিল।

 

ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন চুহেলৰ।

 

কিন্তু অৰ্থৰ অভাৱে হেঙাৰ হ’ব পাৰে চুহেলৰ লক্ষ্যত।

 

কিয়নো দৰিদ্ৰ সীমাৰেখাৰ তলৰ পিতৃ কাছেম আলীয়ে ই-ৰিক্সা চলাই ঘৰখন পোহপাল দি আহিছে।

 

তেনে ক্ষেত্ৰত উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত চুহেলৰ খৰছ বহন কৰাত অসুবিধা হ’ব।

 

মূখ্যমন্ত্ৰীৰ লগতে সদাশয় লোকৰ সহায়ৰ কামনা কৰিছে


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *