Spread the love

 এইবাৰ চোৰৰ টাৰ্গেট চিকিৎসালয় ।

উত্তৰ গুৱাহাটী ফুলুং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চোৰৰ লুটপাত ।

স্বাস্থ্য কেন্দ্ৰটোৰ Laboratory ৰ পৰা চোৰে লৈ গ’ল কেইবাটাও মূল্যবান সামগ্ৰী ।

Laboratory টোৰ চিলিং ভাঙি চোৰে চলালে লুটপাত ।

মাত্ৰ ১২ দিন আগেয়ে ৫ লাখ টকাৰে নিৰ্মিত Laboratory টো মুকলি কৰা হৈছিল ।

এই Laboratory ত সম্পূৰ্ণ বিনামূলীয়াকৈ পৰীক্ষা কৰা হয় তেজৰ আটাইবোৰ নমুনা ।

যোৱা ১২ দিনত বহু ৰোগী উপকৃত হৈছিল এই Laboratoryৰ পৰা ।

চুৰিকাণ্ডৰ পিছত এতিয়া বিনামূলীয়া সেৱাৰ পৰা বঞ্চিত হ’ৱ ৰোগী ।

উল্লেখ,পূৰ্বেও চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে চিকিৎসালয় খনত ।

নৈশ চকিদাৰ আৰু চি চি কেমেৰাৰ ব্যৱস্থা নথকা চিকিৎসালয় খনত নিশা হ’লেই চোৰৰ ঘাটিত পৰিণত হয় ।

# চিকিৎসালয় খনৰ চৌহদত চলে মদ জুৱা ড্ৰাগছৰ
আড্ড ।

কিন্তু ইমানৰ পিছতো কোনো গুৰুত্ব নাই জিলা প্ৰশাসনৰ ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *