Spread the love

[ad_1]

 দক্ষিণ কোৰিয়াৰ চাংৱনত অনুষ্ঠিত এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ পুৰুষৰ স্কীট টিম ইভেণ্টত ভাৰতীয় পুৰুষৰ দলে সোণৰ পদক লাভ কৰে। সোণৰ পদক লাভ কৰা দলটোত আছিল অনন্ত জীত সিং নাৰুকা, গুৰজোত খংগুৰা আৰু অংগদ বীৰ সিং বাজৱা। তিনিওজন শ্বুটাৰে মুঠ ৩৫৮ পইন্ট সংগ্ৰহ কৰি ভাৰতৰ বাবে স্বৰ্ণপদক অৰ্জন কৰে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *