Spread the love

এবছু মানে Uppl আৰু uppl মানে এবছু ৷

এবছুৱে বিজেপিক ভোট নিদিয়ে ৷

এবছুৱে বা upplৰ বড়ো লোকে দৰং ওদালগুৰিত ভিতৰি ভিতৰি Bpfক ভোট দিব আৰু

বিজেপিয়েও ভিতৰি ভিতৰি কোকোৰাঝাৰত bfp ভোট দিব এয়া স্পষ্ট হৈছে ৷

গোৰেশ্বৰৰ সুৱাগপুৰত এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷

আজি সুৱাগপুৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত BPFৰ বিশাল নিৰ্বাচনী সভা উপস্থিত হৈ এইদৰে সাংবাদ মাধ্যমত মন্তব্য কৰে তেওঁ ৷

লগতে দৰং ওদালগুৰিত BPFৰ জয় নিশ্চিত বুলি বক্তব্য কৰে।

ইপিনে আজিৰ সভাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গনেশ কছাৰী, যুৱ বিপিএফৰ সাধাৰণ সম্পাদক শৰৎ দাসকে ধৰি কেইবাগৰাকীও বিপিএফৰ শীৰ্ষ নেতা উপস্থিত থাকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *