Spread the love

ওদালগুৰিৰ টংলা পায়নিয়ৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত আনন্দৰ যোৱাৰ

উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সন্তোষজনক ফলাফল

 

 

আজি ঘোষণা কৰা হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ওদালগুৰিৰ টংলা পায়নিয়ৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত আনন্দৰ উল্লাস দেখিবলৈ পোৱা গৈছে। ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত হিয়া কাশ্যাপ(৯৪.৮ %) এ গোটেইকেইটা বিষয়ত লেটাৰ সহ: লাভ কৰি দুটা বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে।

উল্লেখ্য যে বিগত বৰ্ষৰ দৰে বিদ্যালয়খনে ১০০%উত্তীৰ্ণৰে বৃহত্তৰ টংলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

 

অধ্যক্ষ পাৰভিজুল ইছলাম, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে সাংবাদিকৰ আগত কি ক’লে চাওঁক।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *