Spread the love

 

🔖 ওদালগুৰিৰ , ডিমাকুছি আটাৰীখাটত মানৱ সৰবৰাহৰ ঘটনা।

 

🔖ভেৰগাঁৱৰ আটাৰীখাট ধৰমজুলি চাহ বাগিচাৰ দুগৰাকী যুৱতীক আজি বিয়লি প্ৰলোভন দি বহিঃ ৰাজ্যত নিয়াৰ সময়তে আটক এগৰাকী সৰবৰাহকাৰী।

 

🔖 কামৰ প্ৰলোভন দি বহিঃ ৰাজ্যত সৰবৰাহ কৰাৰ সময়তে

আটাৰীখাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু ACRD নামৰ সংস্থাই উদ্ধাৰ কৰে কিশোৰী দুগৰাকীক।

 

🔖 আছা আৰু আচাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলেপমেণ্টৰ কৰ্ম কর্তাই কিশোৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰিছে সৰবৰাহকাৰী *অশোক কুমাৰক*।

 

🔖 *অশোক কুমাৰ* নামৰ সৰবৰাহকাৰীটোৰ ঘৰ হাৰিয়ানাত বুলি জানিব পৰা গৈছে।

 

🔖 ইতিমধ্যে আছা আৰু ACRD ৰ লোকে ঘটনা সন্দৰ্ভত অৱগত কৰিছে প্ৰশাসনক।

 

🔖ঘটনাস্থলীত উপস্থিত নালাপাৰা বাহিনী এছ এছ বীৰ দল।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *