Spread the love

 

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত অত্যন্ত বিপদজনক আৰু দূঃসাহসীক ক্ৰীড়া

প্ৰদৰ্শনৰে চড়ক পূজা সম্পূন্ন

 

সম্প্ৰীতিৰ মিলনভূমি পৰিণত ওদালগুৰি ডিমাকুছি ।

আপুনি জীৱন্ত মনৱক গাতত দুঘণ্টা পুতি জীৱন্তৈ উদ্ধাৰ কৰা দখিচেনে । দেখিচনে এখন গালেৰে গজালি পিন্ধাই আনখন গালেৰে উলিয়াই দিয়া। জীৱন্ত মনৱৰ দেহত প্ৰকাণ্ড প্ৰকাণ্ড বৰশী বিন্ধাই শূণ্যত কেইবা পাকো ঘুৰুৱা । চাওঁ আহক আমাৰ এই প্ৰতিবেদন।

গাৰ নোম শিষৰি উঠা কেইটামান ভয়ংকৰ দৃশ্য। দৃশ্য দেখিলেই কপি উঠিব আপোনাৰ বুকু। জিবন্ত লোকৰ পিঠিত প্ৰকাণ্ড প্ৰকাণ্ড বৰশী বিন্ধাই শূণ্যত ঘৰোৱা, চোকা অস্ত্ৰৰ ওপৰত থিয় হোৱা, জীৱন্ত মনৱক প্ৰায়। দুঘণ্টা গাতত পুতি থৈ জীৱন্তে উদ্ধাৰ কৰা ,

এখন গালেৰে গজালি বিন্ধাই আন এখন গালেৰে গজালি উলিয়াই দিয়া দৃশ্য দেখিলেই আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। ভগৱানৰ কৃপা দৃষ্টি লাভৰ নামত একাংষ লোকে কৰা এনে আলৌকিক কৰ্মকাণ্ডই শিহৰিত কৰিব আপোনাক। এয়া বঙালী সম্প্ৰদায়ৰ পৰম্পৰাগত চড়ক পূজাৰ দৃশ্য। মত গাৰ নোম শিয়ৰিত কৰা নানান আলৌকিক কাৰ্য কৰা হয়। উত্তপ্ত আঙুঠাৰ ওপৰেৰে খোজকাঢ়িবলৈ দিয়া হয় লোক সকলক। গাত খান্দি পুতি ৰখা হয় জীবন্ত মানবিক। এনে বহু কৰ্মৰ উদযাপিত চড়ক পূজা উপভোগ কৰিবলৈ সমাগম হয় হাজাৰ হাজাৰ লোকৰ। বঙালী সমাজত পৰম্পৰাগত ভাবে প্ৰচলিত হৈ অহা চড়ক পূজা। এই চড়ক পূজা গৰু বিহুৰ দিনাৰ পৰা আৰাম্ভ হৈ বহাগৰ মাহৰ শেষত অন্ত পৰে। বহু বছৰ ধৰি ওদালগুৰি জিলা ১নং উত্তৰ ডিমাকুছি কালানদীৰ পাৰত বৃহত্তৰ ডিমাকুছি বাসীৰ সহযোগত এই পূজা পালন কৰা আহিছে। অত্যন্ত বিপদজনক আৰু দূঃসাহসীক ক্ৰীড়া প্ৰদৰ্শিত হয় এই পূজা। বিশেষকৈ সাতদিন নিশা শিৱ পাৰ্বতী, মাকালি গোসাঁনী আৰু ব্ৰম্বাপূজা কৰে বঙালী সমাজৰ লোকে।

দেবৱন দেৱ মহাদেব, শীবশংকৰ ভোলানাথ হৰ গৌৰীৰ আগমন দবেৰ দেৱ ধ্বনিৰে মুখৰিত হয় ডিমা।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *