Spread the love

কংগ্ৰেছৰ গোপন বৈঠকৰ ভিডিও ভাইৰেল হৈছে পৰিছে।

 

নিৰ্বাচনৰ দিনা ভোট পাবলৈ যি প্ৰয়োজন সেয়া প্ৰয়োগ কৰিব কংগ্রেছে।

 

যদি প্ৰয়োজন হয় ৰেগিং আৰু দাদাগিৰি কৰাৰ পৰামর্শ কংগ্ৰেছ কৰ্মীসকলক।

 

কৰিমগঞ্জ লোকসভা আসনৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী গোপন বৈঠকত উপস্থিত আছিল।

 

কংগ্ৰেছৰ গোপন বৈঠকৰ ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই এই হুলুস্থুল পৰিবেশৰ সৃষ্টি হৈছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *