Spread the love

[ad_1]

 দৌলাশাল: অসমৰ এটি অন্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱ প্ৰভাতে বিগত ৮টা বছৰৰ দৰে এইবেলিও ঘোষণা কৰিছে কেইবাটাও শিতানৰ বঁটা । ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত ব্যক্তিক প্ৰদান কৰা হ’ব বঁটাসমূহ। অসম অনুসূচিত জাতি প্ৰাণ বঁটা, অসম অনুসূচিত জাতি গৌৰৱ বঁটা, অসম অনুসূচিত জাতি শিল্পী বঁটা, অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা ঘোষণা কৰিছে সংগঠনটোৱে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *