Spread the love

কালাকুছি বৰ নামঘৰ প্ৰাঙ্গণত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন।

তামুলপুৰ ২৬ অক্টোবৰঃ
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ সৰ্ব বৃহৎ ধর্মীয় অনুষ্ঠান। মহাপুৰুষ গুৰুজনাৰ 575 সংখ্যক জন্ম জয়ন্তী ভাগ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কালাকুচি বৰ নাম ঘৰ প্ৰাঙ্গনত আয়োজন কৰা হৈছে।
অনুস্থানত ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হয়। নাম প্ৰসংগৰ লগতে প্ৰাইজমানি দিহা নাম আৰু ঘোষা নাম প্ৰতিযোগিতা অনুস্থিত হয়। তাৰ পিছতে নাম ঘৰৰ সন্মুখত বন্তি প্ৰজলন কৰা হয়। প্ৰজ্বলক হিচাপে উপস্থিত থাকে স্বপন বড়ো সভাপতি তেতেলীগুৰি কালাকুছি মাইনাওঁ পূজাৰ স্থায়ী সমিটি, সোণেশ্বৰ কলিতা কেন্দ্ৰীয় সম্পাদক অসম উন্নতি সভা, বসন্ত ডেকা ৯৩ সংখ্যক বাৰ্ষিক অধিবেশনৰ যুটীয়া সম্পাদক শ্ৰীমন্ত শংকৰদেৱ সংঘ, আনন্দ ৰামচীয়াৰী সভাপতি তামুলপুৰ প্ৰেছ ক্লাব, গোপেশ্বৰ কলিতা অধ্যক্ষ ৪ নং তামুলপুৰ ভি চি ডি চি। লগতে গুৰুজনাৰ জন্ম জয়ন্তীৰ প্ৰতি সংগতি ৰাখি ৰাজতিলক থিয়েটাৰ আমন্ত্ৰণ জনাইছে। ভাগৱত সভা যাত্ৰাৰ বাবে আমন্ত্ৰণ জনাইছে বিশিষ্ট সাংবাদিক চক্ৰপানি পৰাশৰ ND24 , BTR প্ৰধান প্ৰমোদ বড়ো, গোপাল জালান বিশিষ্ট লেখক সাংকৃতিক সংগঠক অসম। লগতে উদযাপন সমিতিয়ে প্ৰতিটো কাৰ্যসূচীত ভক্ত প্ৰাণ ৰাইজ আৰু বাপ বান্ধৱ আই মাতৃ সকলক উপস্থিত থকাৰ বাবে আহ্বান জনাইছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *