Spread the love

কুমাৰীকাটা আঞ্চলিক কোচ- ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত তৃতীয় বাৰ্ষিক বিষুৱা উৎসৱ উদযাপন আৰু সম্বৰ্দ্ধনা সভাঃ

 

তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ নিকটৱৰ্তী ২নং দৰঙ্গাপাৰ প্ৰাথমিক বিদ্যালয় বাকৰিত কুমাৰীকাটা আঞ্চলিক কোচৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক বিষুৱা উৎসৱ উদযাপন কৰা হয় ৷ বিষুৱা উৎসবৰ সতে সংগতি ৰাখি বিয়লিৰ ভাগত সদ্যঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক কোচৰাজবংশী জনগোষ্ঠীৰ জাতীয় গামোচা আওচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷ দীপক ৰায়ে আঁতধৰা সভাত বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

আনহাতে নিশালৈ সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয় ৷

 

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *