Spread the love

কুমাৰীকাটা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৩ সংখ্যক ৰঙালী বিহু উদযাপন।

 

কুমাৰীকাটা আঞ্চলিক যুৱক সংঘৰ সৌজন্যত কুমাৰীকাটা আঞ্চলিক ভৱন প্ৰাঙ্গণত কুমাৰীকাটা আঞ্চলিক ৰঙালী বিহু সন্মিলনে শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰে।

 

পুৱাৰ ভাগত বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ তথা দুপৰীয়া প্ৰাইজমানী চিত্ৰাংকণ প্ৰতিযোগীতা, প্ৰাইজমাণী খেল-ধেমালী প্ৰতিযোগিতাৰ অন্তত —

 

সন্ধিয়া মুকলি বিহু অনুষ্ঠিত কৰা হয়। মুকলি বিহুৰ পিছত নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত দিব্যজ্যোতি গগৈ আৰু নিপন বসুমতাৰীৰ গীতৰ শৰাইৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি পৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *