Spread the love

কুমাৰীকাটা কালিপুৰত ৬ ঘণ্টীয়া অখণ্ড পালনাম ।

 

কুমাৰীকাটা ১০ জুন :

 

কুমাৰীকাটা কালিপুৰ শংকৰ–মাধৱ শাখা সত্ৰত মহাপুৰুষ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম শ্ৰৱণ কীৰ্তনৰ ভক্তি ভাদ আদৰ্শৰে বাবে বিশ্বৰ সকলো মানব জাতিৰ কল্যাণৰ বাবে আজি ৬ ঘণ্টীয়া অখণ্ড পালনামৰ আয়োজন কৰে । শাখা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সতীশ দাস ,সম্পাদক অনিল পাঠক আৰু পালনাম পৰিচালনা সমিতিৰ সভাপতি নিপেন দাস আৰু সম্পাদক অজিত পাঠকে জানিবলৈ দিয়া অনুসৰি জাগৰণ গীতৰ পিছতে ৰাতিপুৱা ৬ বজাত ৪নং কালিপুৰ শঙ্কৎ– মাধৱ শাখা সত্ৰৰ আই সকলৰ প্ৰসঙ্গ , ৬–৩০ বজাত নিত্য প্ৰসঙ্গ , ৭–৩০ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰে সতীশ দাসে , ৮-০০ বজাত শৰাই অৰ্চনা , ৮–১০ বজাত ভকত আদৰণী , ৯-০০ বজাত পালন ভাগিৰ শুভাৰম্ভ কৰে শঙ্কৰ — মাধৱ সেৱা আশ্ৰম কালাপাহাৰ গুৱাহাটীৰ সাৰঙ্গ পাঠকে , ১–০০ বজাত প্ৰসাদ বিতৰণ , ২–০০ বজাত মহা প্ৰসাদ বিতৰণ , সন্ধিয়া ৭–০০ বজাত সমুহ ৰাইজৰ বন্তিপ্ৰজ্বলনেৰে পালনামৰ সামৰণি মাৰে ।
গুণজিৎ দাস / কুমাৰীকাটা ।==============================প্ৰতিদিন সেৱা কুমাৰীকাটা ১০ জুন :–কুমাৰীকাটা কালিপুৰ শংকৰ–মাধৱ শাখা সত্ৰত মহাপুৰুষ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম শ্ৰৱণ কীৰ্তনৰ ভক্তি ভাদ আদৰ্শৰে বাবে বিশ্বৰ সকলো মানব জাতিৰ কল্যাণৰ বাবে আজি ৬ ঘণ্টীয়া অখণ্ড পালনামৰ আয়োজন কৰে । শাখা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সতীশ দাস ,সম্পাদক অনিল পাঠক আৰু পালনাম পৰিচালনা সমিতিৰ সভাপতি নিপেন দাস আৰু সম্পাদক অজিত পাঠকে জানিবলৈ দিয়া অনুসৰি জাগৰণ গীতৰ পিছতে ৰাতিপুৱা ৬ বজাত ৪নং কালিপুৰ শঙ্কৎ– মাধৱ শাখা সত্ৰৰ আই সকলৰ প্ৰসঙ্গ , ৬–৩০ বজাত নিত্য প্ৰসঙ্গ , ৭–৩০ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰে সতীশ দাসে , ৮-০০ বজাত শৰাই অৰ্চনা , ৮–১০ বজাত ভকত আদৰণী , ৯-০০ বজাত পালন ভাগিৰ শুভাৰম্ভ কৰে শঙ্কৰ — মাধৱ সেৱা আশ্ৰম কালাপাহাৰ গুৱাহাটীৰ সাৰঙ্গ পাঠকে , ১–০০ বজাত প্ৰসাদ বিতৰণ , ২–০০ বজাত মহা প্ৰসাদ বিতৰণ , সন্ধিয়া ৭–০০ বজাত সমুহ ৰাইজৰ বন্তিপ্ৰজ্বলনেৰে পালনামৰ সামৰণি মাৰে ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *