Spread the love

[ad_1]

ধান, মৰাপাট, সৰিয়হ, আলু, গাখীৰ আৰু কেঁচা চাহপাতৰ ন্যূনতম সহায়ক মূল্য আদায়ৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী সকলে কৃষক বিৰোধী বিজেপি চৰকাৰ হায়-হায়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ গ’ বেক, আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক, ডাবল ইঞ্জিনৰ চৰকাৰ হায়-হায়, আম্বানী-আদানীৰ হাতোৰাত বন্দী বিজেপি চৰকাৰ হায়-হায়, মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাক ইত্যাদি ধ্বনিৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *