Spread the love

[ad_1]

 দেওবাৰে কলিকতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই চি চি বিশ্বকাপ ২০২৩ৰ ৩৭ তম মেচ। বিয়লি ২ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনত সমুখ সমৰত নামিব বৰ্তমানৰ টেবুল টপাৰ ভাৰত আৰু দক্ষিণ আফ্ৰিকা। বিৰাট কোহলীৰ জন্মদিন উপলক্ষে দেওবাৰে ইডেন গাৰ্ডেনৰ পৰিৱেশ উত্তেজনাময় হৈ পৰিব বুলি আশা কৰা গৈছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *