Spread the love

কৰিমগঞ্জৰ নিলামবজাৰ এলেকাত 20 কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ। ।

AS 01 FK 2939 নম্বৰৰ এখন বাহন আটক কৰি বাহনখনৰ গোপন কোঠাৰ পৰা 100000 YABA TABLETS উদ্ধাৰ কৰে। আৰু দুজন ব্যক্তি ক্ৰমে পাথাৰকান্দি পি এছৰ অন্তৰ্গত এৰালিগুল অঞ্চলৰ এবুল হাছান আৰু বদৰপুৰ পি এছৰ অন্তৰ্গত লামাজুৱাৰৰ চাহাৰুল ইছলামক আটক কৰে আৰক্ষীয়ে ।।

আবুল হাছান ডিমাপুৰত থাকে আৰু যোৱা ৬ মাহৰ পৰা তেওঁক অনুসৰণ কৰি আহিছিল কৰিমগঞ্জৰ আৰক্ষীয়ে ।।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed