Spread the love

[ad_1]

গুজৰাটৰ চুৰাটৰ পৰা পোহৰলৈ আহিছে গাৰ নোম শিয়ৰি উঠা এক ঘটনা। এটা পৰিয়ালৰে ৭ জনকৈ লোকে একেলগে ল’লে চৰম সিদ্ধান্ত। ৮ বছৰৰ তলৰ ৩ টা শিশুকে ধৰি পৰিয়ালটোৰ ৭ জনকৈলোকৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। শনিবাৰে পোহৰলৈ আহে এই ঘটনা। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে চুইচাইড নোট।

আৰক্ষীয়ে জনোৱা অনুসৰি, শুকুৰবাৰে মাজ নিশা পৰিয়ালৰ এজন সদস্যই ফাচী লগোৱাৰ পূৰ্বে তেওঁৰ পত্নী, তিনিটা সন্তান আৰু বৃদ্ধ পিতৃ-মাতৃক বিহ দি হত্যা কৰে। শিশুকেইটাৰ ভিতৰত ৩ আৰু ৫ বছৰৰ দুটি কন্যা আৰু ৭ বছৰীয়া এটা পুত্ৰ সন্তান আছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed