Spread the love

খুমটাই সমষ্টিৰ বিজেপিৰ বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ ক্ষোভ ।

 

বিধায়কৰ বিৰুদ্ধে সৰভোগ আৰোক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃনাল শইকীয়াই যোৱা কালি ছচিয়েল মেডিয়াত অপ্ৰীতিকৰ মন্তব্যত জাঙুৰ খাই উঠিছে নামনি অসম বীৰ লাচিত সেনা

উজনি অসমত চাহ , কয়লা , তেল আছে বুলি বিধায়কৰ মন্তব্যত প্ৰত্যেতত্তৰ নামনি অসম বীৰ লাচিত সেনা আমিৰ চৌধুৰীৰ

বিজেপি বিধায়কৰ বিৰুদ্ধে অসম চৰকাৰ প্ৰশাসনে চৌব্বিছ ঘণ্টা সময়ৰ ভিতৰত কোনো ব্যৱস্থা নললে নামনি অসম বীৰ লাচিত সেনাই বিধায়কৰ নিজ সমষ্টিত যুক্তি-তৰ্কত বহিবলৈ সাজু আছে বুলি জানিব দিয়ে

মৃনাল শইকীয়াই অসমখন দুভাগ কৰিবলৈ বিচাৰিছে নেকি ? প্ৰশ্ন কৰে বীৰ লাচিত সেনাই আৰু অসমখন দুভাগ কৰিবলৈ নিদিয়ে লাচিত সেনাই ।

বিধায়ক মৃনাল শইকীয়াক প্ৰশাসনে চৌব্বিছ ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিবলৈ দাবী জনায় নামনি অসম বীৰ লাচিত সেনাই ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *