Spread the love

 

গোৰেশ্বৰত আজিৰেপৰা অনুষ্ঠিত হৈছে সদৌ অসম আন্তঃজিলা ৰাগবী টুৰ্নামেন্ট

 

জুনিয়ৰ আৰু চিনিয়ৰ ল’ৰা আৰু ছোৱালীৰ উভয় শাখাত অনুষ্ঠিত হৈছে ৰাগবী খেলখন ৷

 

গোৰেশ্বৰ ৰাজীৱ গান্ধী গ্ৰাম্য ষ্টেডিয়ামত অনুষ্ঠিত খেলত কেইবাখনো জিলাৰ খেলুৱৈৱে কৰিছে অংশগ্ৰহণ ।

 

ইপিনে আজি উক্ত খেলৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োই ।

 

খেলত উপস্থিত থাকে অসম ৰাগবী সন্থাৰ সভাপতি তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় পৰ্যায়ৰ বিষয়ববীয়া ।

 

উল্লেখ যে গোৰেশ্বৰত অনুষ্ঠিত খেলতে *পুনেত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ৰাগবী খেলৰ বাবে কৰিব বাচনি*

 

 

বিঃদ্ৰঃ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আঞ্চলিক দলৰ মিত্ৰতা সন্দৰ্ভত আৰু নিৰ্বাচনী কেন্দ্ৰিক ভাষ্য প্ৰদান কৰিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *