Spread the love

গোৰেশ্বৰত পবিত্ৰ ঈদ উল ফিটৰ উদযাপন।

ভোগপুৰত বেতনা-কাউৰবাহা মিলন ঈদগাহ ময়দানত পালন ঈদ উল ফিটাৰ।

ঈদগাহ ময়দানত কেইবাশতাধিক ইছলাম ধৰ্মাৱলন্বী লোকে পঢ়িলে ঈদৰ নামাজ।

ঈদৰ নমাজাৰ পঢ়ি বিশ্ব শান্তিৰ কামনা কৰে বেতনা কাউৰবাহা মিলন ঈদগাহ সমিতিয়ে।

পবিত্ৰ ঈদত ভাতৃত্ববোধৰ কামনা কৰিলে ঈদগাহ সমিতিয়ে। সভাপতি জালালুদ্দিন আহমেদ লগতে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামুলপুৰ জিলা সমিতিৰ উপদেষ্টা ৱাহেদুৰ ৰহমানে অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *