Spread the love

 

গোৰেশ্বৰৰত অবৈধ শিল বালি কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।

 

অভিযানত অবৈধভাৱে বালি কঢ়িওৱা এখন ডাম্পাৰ জব্দ কৰে বনবিভাগে।

 

ওদালগুৰি জিলাৰ ডিমাকুছিৰ পৰা গোৰেশ্বৰৰ ৰামগাওঁ পথেৰে আনি থকা অৱস্থাত জব্দ কৰে ডাম্পাৰখন।

 

জব্দকৃত ডাম্পাৰখনৰ নম্বৰ হৈছে AS 27 C 5444

 

ওদালগুৰি জিলাৰ ডিমাকুছিৰ পৰা গোৰেশ্বৰলৈ আনিছিল বালিখিনি ৷

 

ডিমাকুছিৰ বন বিভাগ কাৰ্যলয়ৰ দেৱ বড়ো নামৰ এজন কৰ্মীচাৰীয়ে চালান নিদিয়াকৈ বালি পঠিওৱাৰ অভিযোগ উত্থাপন কৰিছে ডাম্পাৰ চালকজনে ।

 

কৰ্মচাৰীজনে ডাম্পাৰ গৰাকী বাবে চালান নিদিয়াকৈ ডাম্পাৰ পাৰ কৰে বুলি জানিব দিছে চালকজনে ৷

 

ইতিমধ্যে সোমবাৰে নিশা তামুলপুৰ ৰেঞ্জৰ বন বিভাগৰ এটি দলে নথিপত্ৰ বিহীনভাৱে বালি কঢ়িওৱা ডাম্পাৰখন জব্দ কৰে আৰু তামুলপুৰ ৰেঞ্জলৈ নিয়ে ৷

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *