Spread the love

গোৰেশ্বৰৰ অম্বৰীশনগৰ মিলনপুৰত পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ৷

 

ডাম্পাৰৰ অবাধ যাতায়তৰ বাবে পথচোৱা বিধস্ত হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ

 

বোকাময় পথচোৱাৰে ডাম্পাৰৰ আহযাহ বন্ধ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

 

উল্লেখ যে ২নং দোঙাৰগাওৰপৰা মিলনপুৰ হৈ অম্বৰীশনগৰ সংযোগী একমাত্ৰ গ্ৰাম্য পথটিৰ দুৰৱস্থাই জলাকলা খুৱাইছে ৰাইজক।

 

গ্ৰাম্য পথচোৱাৰে আহযাহ কৰা ডাম্পাৰৰ ফলত ৰাইজ ভীষণ সমস্যা সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত স্থানীয় লোকসকলে।

 

প্ৰশাসনক শীঘ্ৰে ডাম্পাৰ চলাচল বন্ধৰ কৰাৰ আহ্বান জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।

 

লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবেও ভাবুকি হৈ পৰা ডাম্পাৰসমুহ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *