Spread the love

 

গোৰেশ্বৰৰ গুৰমৌত প্ৰয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ বাসগৃহত উপস্থিত *অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক জলেন দৈমাৰী*

 

ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ সন্দৰ্ভত অভ্যৰ্থনা সমিতি আৰু পৰিয়ালৰ সৈতে মতবিনিময় কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

 

অহা ২৯ মে’ ত হবলগীয়া ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি সন্দৰ্ভতো পৰ্যবেক্ষণ কৰে তেওঁ।

 

 

ইতিমধ্যে বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ সভাপতি হিচাপে লৈ গঠন কৰা হৈছে অভ্যৰ্থনা সমিতিখন।

 

ৰাজহুৱা আদ্যশ্ৰাদ্ধত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা আৰু অভ্যৰ্থনা সমিতিয়ে ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *