Spread the love

[ad_1]

  • দুলীয়াজানত বিধায়ক তেৰচ গোৱালা দুৰ্ঘটনাত পতিত।
  • বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
  • বিধায়কসহ বিধানসভা আবেদন সমিতিৰ ৩খন বাহনত খুন্দা এখন বাহনৰ।
  • দুৰ্ঘটনাত আহত বিধায়ক তেৰচ গোৱালাৰ লগতে তেওঁৰ দেহৰক্ষী।
  • দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি।
  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকে সুৰাপান কৰাৰ অভিযোগ।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্রণ কৰে পৰিস্থিতি।
  • সুৰাসক্ত চালক ডিম্ব গগৈক আটক কৰে আৰক্ষীয়ে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *