Spread the love

[ad_1]

জানিব পৰামতে, হোজাইৰ উত্তৰ বিদ্যানগৰৰ এজন টেম্প’ চালকক চোকা দা’ৰে ঘপিয়াই হত্যা কৰা হৈছে। থিতাতে নিহত হোৱা চালকজনৰ নাম নিখিল দাস। এই ঘটনা সন্দৰ্ভত মানিক দে’ নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰিছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *