Spread the love

[ad_1]

 জামুগুৰিহাটঃ জামুগুৰিহাটত বৃহস্পতিবাৰে নিশা চোৰাং গৰু কঢ়িয়াই অনা বলেৰ’ পিক আপ ভান এখন জব্দ কৰা হয়৷ জামুগুৰি আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুসুমটোলা মংগলবৰীয়াত অভিযান চলাই জব্দ কৰে এএচ-০২-ডিচি-২২১৯ নম্বৰৰ গাড়ীখন।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *