Spread the love

[ad_1]

জোনাই : জোনাইত চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত আছে। শুকুৰবাৰে নিশা অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাই ৰুকচিন চেকগেটৰ সমীপত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীয়ে ৰাইজৰ সহযোগত চোৰাং কাঠ ভৰ্তি ১৬ চকীয়া বাহন এখন ধৰা পেলায়।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *