Spread the love

ডিগবৈত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ টিংৰাই ,ডিগবৈ আৰু বুঢ়ীদিহিং মণ্ডলৰ বিজেপি তিনি শতাধিক কৰ্মকৰ্তাই বাইক ৰেলী কৰি অন্তিম দিনাৰ নিৰ্বাচনী প্ৰচাৰ চলাই।ডিগবৈ চহৰৰ মাকুম পেট্ৰল ডিপুৰ পৰা আৰম্ভ কৰা বাইট ৰেলী পুনৰ ড্ৰাৱছ পাৰাস্থিত এম পি অফিচত সামৰণি পৰে।ডিগবৈৰ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, বিজেপি প্ৰভাৰী শিৱজী ডুবে আদিয়ে বাইক ৰেলীত অংশগ্ৰহণ কৰে।*


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *