Spread the love

[ad_1]

ডিমা হাচাওঃ ডিমা হাছাও জিলাৰ কাৰণে আজি আৰু এটা ঐতিহাসিক দিন। ডিএইচডি ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনৰ পিচতে শনিবাৰে আন এটা বিদ্ৰোহী সংগঠনে কৰিলে অস্ত্ৰ সম্বৰণ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চুমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ ১৭০ গৰাকী সদস্যই আত্মসমৰ্পণ কৰি অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰে। আত্মসমৰ্পনৰ পাছতে সদস্য কেইগৰাকীক পুনৰ সংস্থাপনৰ বাবে ৪ লাখকৈ টকা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *