Spread the love

তামুলপুৰত অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ উত্তাল প্ৰতিবাদ। তেওঁলোকৰ সমস্যা সমাধান নকৰিলে ভোট বৰ্জন কৰাৰ লগতে প্ৰয়োজনত চৰকাৰ ওফৰাই পেলাবলৈ সাজু বুলি হুংকাৰ অঙ্গনবাড়ী কৰ্মী সহায়িকা প্ৰকল্প কমিটিৰ প্ৰকল্প কমিটিৰ।

তামুলপুৰত অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ অসহযোগ কাৰ্যসূচী।অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে আজি তামুলপুৰ প্ৰকল্প কমিটিৰ অঙ্গনবাড়ী কৰ্মী সহায়িকা সকলে আজিৰে পৰা ধাৰাবাহিক অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ এই প্ৰতিবাদী প্ৰতিবাদী কাৰ্যসূচীত কথা দি কথা নৰখা চৰকাৰ হায় হায়, আমাক মাননী নহয় মজুৰি দিয়ক, মুল্যবৃদ্ধি ৰোধ কৰক, আমাক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক আদি বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *