Spread the love

তামুলপুৰত অসম গণ পৰিষদৰ দলীয় সভা।

অগপৰ তামুলপুৰ জিলা সমিতি গঠন।

তামুলপুৰ ১৯ এপ্ৰিলঃ

তামুলপুৰত আজি অসম গণ পৰিষদে এখন দলীয় সভা অনুষ্ঠিত কৰে। তামুলপুৰ বিধানসভা সমষ্টিৰ সভাপতি মহেশ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে তামুলপুৰ সমষ্টিৰ অন্যতম সম্পাদক বিশ্ব ডেকাই। আজিৰ সভাত তেওঁলোকে সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰাৰ লগতে ভৱেন ৰাজবংশীক সভাপতি তথা ৰঞ্জিত দাস আৰু বিশ্ব ডেকাক সম্পাদক হিচাপে লৈ অসম গণ পৰিষদৰ তামুলপুৰ জিলা সমিতিখন গঠন কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *