Spread the love

তামুলপুৰত অসম চৰকাৰৰ  মন্ত্ৰী অশোক সিংহালৰ নিৰ্বাচনী প্ৰচাৰ।

অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালে আজি ৪ নং দৰং ওদালগুৰি লোক সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ চাৰিখন নিৰ্বাচনী সভাত প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজৰ আগত কয় যে–

👉 ৰাইজে কংগ্ৰেছ আৰু বিপিএফক মনৰ পৰা আঁতৰাই দিছে।

কংগ্ৰেছৰ গোল কিপাৰ নাই।

বিপিএফৰ দুৰ্গা দাস বড়ো প্ৰতিদ্বন্দিতাত নাহে। দৰং-ওদালগুৰিত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া বিপুল ভোটত জয় লাভ কৰিব। আৰু আমি তৃতীয় বাৰৰ বাৱে নৰেন্দ্ৰ মোদীক প্ৰধান মন্ত্ৰী বনাম।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *