Spread the love

তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা।

দুখন মটৰচাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ।

জিলা সদৰ মটঙাপাৰ পাৰ্কৰ সমীপত থকা ফ্ৰেচ মাৰ্ট নামৰ বিপনীখনৰ সন্মুখত এই পথ দুৰ্ঘটনা।

পালচাৰ আৰু স্প্লেন্দাৰ বাইকৰ মুখামুখী সংঘৰ্ষত দুটুকুৰা হৈ যায় পালচাৰ বাইকখন।

DS-14 B-2317 নম্বৰৰ পালচাৰ বাইক আৰু AS-28 5209 নম্বৰৰ স্প্লেন্দাৰ বাইকৰ মুখামুখী সংঘৰ্ষ।

গুৰুতৰভাবে আহত কৰণ ৰাজবংশী (২৮) আৰু ধৰনী ব্ৰহ্ম (৫৮)।

ঘটনাস্থলীত উপস্থিত ৰাইজৰ সহযোগত দুয়োগৰাকীকে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও অতি সংকটজনক অৱস্থাৰ বাবে উন্নত চিকিৎসাৰ বাবে দুয়োগৰাকী কে গুৱাহাটীলৈ প্ৰেৰণ কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *