Spread the love

তামুলপুৰত যোগান মন্ত্ৰীৰ প্ৰতিকৃতিক লৈ তনা অজোৰা আৰক্ষী আৰু আছু নেতাৰ।

যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাস।

যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতি লৈ যোৱাৰ সময়তে আছু আৰু আৰক্ষীৰ মাজত হতাহতি ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰত অত্যাৱশ্যকীয় খাদ্য সামগ্রী, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি , জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত যোগান বিভাগ হায় হায়, যোগান মন্ত্ৰী গ’বেক, অসম চৰকাৰ হায় দায়, মুখ্যমন্ত্ৰী গ’ বেক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *