Spread the love

তামুলপুৰৰ ঐতিহ্যমণ্ডিত কচুবাৰী মহাপ্ৰভূ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত চুৰি কাণ্ড

 

মণিকূটৰ দূৱাৰ ভাঙি চূৰি লূটি নিলে আঢ়ৈ কেজি ওজনৰ ৰূপৰ গোপালৰ মুৰ্তী এটা লগতে ভক্তই আগবঢ়োৱা সোনৰ ফুল ২০০ টা, ৰূপৰ ফূল ৩০০ টা

 

প্ৰতিকূল বতৰৰ মাজতে প্ৰায় ৫ লক্ষাধিক টকাৰ মূল্যৰ সোণ-ৰূপৰ  সামগ্ৰী চুৰি কৰি নিয়ে ৬-৮ জনীয়া চোৰৰ দলে

 

চোৰৰ দলে মণিকূটৰ সেৱা জনাই চুৰি কাণ্ড সংঘটিত কৰা সমগ্ৰ  ঘটনা বন্দি চিচি টিভিৰ কেমেৰাত


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *