Spread the love

তামুলপুৰৰ দক্ষিণ কুমাৰীকাটাত প্ৰাইজমাণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন।

তামুলপুৰ

আজিৰে পৰা তামুলপুৰ জিলাৰ অন্তৰ্গত দক্ষিণ কুমাৰীকাটাৰ বটিয়ামাৰী নয়নজ্যোতি ক্লাবৰ সৌজন্যত ঈদল-উল ফিটাৰ আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে দাওগাংবাৰী বড়ো মাধ্যমিক হাইস্কুলৰ খেলপথাৰত প্ৰাইজমাণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

পুৱা ৯ বজাৰত পতাকা উত্তোলন কৰে খেল পৰিচালনা সমিতিৰ সভাপতি জাকিৰ হুছেইনে আৰু তাৰ লগে লগেই খেলখন শুভাৰম্ভণি কৰে স্থানীয় ব্যৱসায়িক লাল হুছেইনে । লগতে অসমীয়া বাপোতিসাহোন ৰঙালী বিহু উপলক্ষে বটিয়ামাৰী নয়নজ্যোতি ক্লাবৰ তৰফৰপৰা কেইবাগৰাকী স্থানীয় ব্যৱসায়িক তথা সমাজকৰ্মীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed