Spread the love

 

তামুলপুৰৰ নাগ্ৰীজুলিত ANPL প্ৰজেক্ট নামৰ ব্ৰীগ প্লান ক্ৰেচাৰত অঘটন।

কৰ্মৰত অৱস্থাত ক্ৰেচাৰৰ মিক্সাৰ মেচিনত সোমাই এজন লোকৰ মৃত্যু।

ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি।

স্থানীয় ৰাইজে আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱাৰ লগতে ANPL প্ৰজেক্ট নামৰ ব্ৰীগ প্লান ক্ৰেচাৰটোত শিল দলিয়াই আক্ৰমণ।

অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

মৃত্যু হোৱা লোকজনৰ নাম অজয় বসুমতাৰী (৫৫)

মৃত লোকজন তামুলপুৰ জিলাৰ কালচেনী ঘিলাঝাৰৰ।

ঘটনাস্থলীত তামুলপুৰ আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় মৃতদেহ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed