Spread the love

তামুলপুৰৰ বিমলানগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বিজেপি কর্মী।

তামুলপুৰ জিলাৰ অন্তৰ্গত বিমলানগৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন বিজেপি কৰ্মী নিহত হয়। প্ৰাপ্ত বাতৰি মতে
নিহত লোক গৰাকী বিজেপি কর্মী জগদীশ নম শৰ্মা বুলি জানিব পৰাগৈছে। নিশা অকলশৰীয়া বনৰীয়া হাতী এটাই লোক জনৰ ঘৰৰ কাষতে মাৰি পেলাই থৈ যায়। নিশা বন বিভাগ আৰু ৰাইজে অন্য ফালে হাতী খেদা কাৰ্য চলাই থকা সময়তে আকস্মিক ভাৱে সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত পুৱা উপস্থিত BTR ৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাস। অকলশৰীয়া হাতীটোৰ বাবে এতিয়া চিন্তিত অঞ্চলবাসী।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *