Spread the love

তামুলপুৰৰ ভূটান সীমান্তৰ গেৰেজ লাইনত ভয়াবহ পথ দূৰ্ঘটনা

মালবাহী মেজিক বাহনে মহতিয়াই নিলে চাইকেল আৰোহীক

থিতাতে নিহত এন কে দৰংগাৰ সমৰ আলি (18) নামৰ এজন যুৱক

নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ চাইকেলেৰে গৈ থাকোতে পথৰ কাষত ৰৈ থকা আন এখন বাহনৰ চালকে দৰ্জা খুলি দিয়াত খুন্দা খায় পথৰ ওপৰত পৰি যায় সমৰ আলি

সেই সমতে পথেৰে আহি থকা মেজিক বাহন খনে মহতিয়াই নিয়ে যুৱক জনক ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *