Spread the love

 

তামুলপুৰৰ ৯৪ সংখ্যক আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই।

 

নৱ প্ৰজন্মৰ ভোটাৰক জ্যেষ্ঠ সকলৰ পৰা ৰাজনীতি শিকি বুজি লবলৈ আহ্বান সাংসদ গৰাকীৰ।

 

নৱ প্ৰজন্মক আবেগৰ পৰিবৰ্তে বিবেক ভোট দিবলৈ আহ্বান।

 

আগন্তুক দিনত বিহাৰৰ পৰা নিৰ্বাচন খেলাৰ জো যা সাংসদ নৱ কুমাৰ শৰণীয়াৰ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *