Spread the love

 

তামুলপুৰ জিলা অসমৰ ভিতৰতে বিজ্ঞান শাখাত শীৰ্ষস্থান লাভ কৰাত তামুলপুৰৰ বৌদ্ধিক মহল উৎফুল্লিত। তামুলপুৰত জিলাত ৪৯৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। ইয়াৰ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল ২১৫ গৰাকী, দ্বিতীয় বিভাগত ২৩৩ গৰাকী আৰু তৃতীয় বিভাগত ৩৬ গৰাকী উৰ্ত্তীণ হয়।তামুলপুৰ বিধায়ক জলেন দৈমাৰীয়ে জনালে শুভেচ্ছা জনালে সকলোকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *