Spread the love

তামুলপুৰ জিলা বাথৌ গৌথুমৰ ধৰ্মীয় সভাৰ আলোচনা চক্ৰ অনুস্থিত।

 

 

তামুলপুৰ জিলাৰ অন্তৰ্গত সদৌ বাথৌ গৌথুমৰ ধৰ্মীয় সভাৰ আলোচনা চক্ৰ  তামুলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে  অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা ৮ বজাত অনুস্থিত উক্ত অনুস্থানত  পতাকা উত্তোলন কৰে তামুলপুৰ আঞ্চলিক বাথৌ গৌথুমৰ  সভাপতি থানেশ্বৰ বড়োই। স্বহিদ তৰ্পণ কৰে তামুলপুৰ আঞ্চলিক বাথৌ গৌথুমৰ  উপ সভাপতি আনন্দ ৰাম বড়োই। ইয়াৰ পিছতে তামুলপুৰ অঞ্চলৰ বিভিন্ন গাৱৰ পৰা অহা আৰজ হানজাৰ আৰজ অনুস্থিত কৰা হয়। দিনৰ ১২ বজাত হীৰেন্দ্ৰ নাথ বড়োৰ সভাপতিত্ব এখন মুকলি সভা অনুস্থিত কৰা হয়। তামুলপুৰ আঞ্চলিক দুলাৰাই বাথৌ মন্দিৰ নিৰ্মানৰ যুতিয়া সভাপতি মিলন বড়োই উদ্বোধন কৰা উক্ত  সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে দুলাৰাই বাথৌ  গৌথুমৰ প্ৰাক্তন সভাপতি ৰজেন বড়োই।, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে তামুলপুৰ জিলা বাথৌ গৌথুমৰ সভাপতি প্ৰবিন স্বৰ্গীয়াৰীয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *