Spread the love

[ad_1]

বটদ্ৰৱা : নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বটদ্ৰৱাৰ ভোমোৰাগুৰিত বুধবাৰে বিয়লি তীব্ৰবেগী AS 31-C-0153 নম্বৰৰ ডাম্পাৰৰ খুন্দাত এজন চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। লগে লগে স্থানীয় লোকৰ তৎপৰতাত আহত লোকজনক সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *