Spread the love

[ad_1]

তেজপুৰ চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড।

চহৰখনৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু বেংকত এই অগ্নিকাণ্ড।

ব্যৱসায়িক প্রতিষ্ঠান বাটা আৰু পঞ্জাৱ নেচনেল বেংকত অগ্নিকাণ্ড।

শ্বৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সূত্রপাত হোৱাৰ সন্দেহ।

বৰ্তমানেও নিৰ্বাপিত হোৱা নাই জুই।

বেংকৰ কাষতে আছে জ্যোতি ভাৰতী।

যাৰ বাবে অধিন উদ্বিগ্ন হৈ পৰিছে তেজপুৰ চহৰৰ সচেতন লোকসকল।

এই জ্যোতি ভাৰতীতে সংৰক্ষিত হৈ আছে সাংস্কৃতিক নগৰী তেজপুৰৰ তিনি পুৰোধাৰ সৃষ্টিৰাজি।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *